Posted inঅসম

গুৱাহাটীত Indian Overseas Bank-ৰ ঋণ প্ৰসাৰৰ কাৰ্য্যসূচী

নিউজ ডেস্ক : যোৱা সোমবাৰে Indian Overseas Bank-এ গুৱাহাটীৰ আই টি এ মাছখোৱাত এক ঋণ প্ৰসাৰৰ কাৰ্য্যসূচী (Credit outreach program) গ্ৰহণ কৰে। বেংকটোৰ মুখ্য কাৰ্য্যালয়ৰ কাৰ্য্যবাসী সঞ্চালক অজয় কুমাৰ শ্ৰিৱাস্তৱে উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে। উত্তৰ-পূবৰ ৭খন ৰাজ্যৰ পৰা অহা গ্ৰাহকে ভাগ লোৱা উক্ত অনুষ্ঠানত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ, খুচুৰা ব্যৱসায় আৰু কৃষিখণ্ডৰ সৈতে জড়িত […]