Posted inদেশ-বিদেশ

ৰে’ল বিভাগে মুকলি কৰিছে ৰে’লৰ নতুন সময়সূচী

নিউজ ডেস্কঃ ৰে’ল মন্ত্ৰণালয়ে ১অক্টোবৰ, ২০২২ তাৰিখৰ পৰা ৰে’লৰ নতুন সময়সূচী মুকলি কৰিছে , যাক “ট্ৰেইনএট এ গ্লান্স (টিএজি)” হিচাপে জনা যায়। ভাৰতীয় ৰে’লৱেৰ অফিচিয়েল ৱেবছাইট (www.indianrailways.gov.in)ত এই নতুন সময়সূচী উপলব্ধ হ’ব। ভাৰতত মুঠ ৩,২৪০ খন মেইল আৰু এক্সপ্ৰেছ ৰে’ল চলাচল কৰে। ইয়াৰ ভিতৰত আছে বন্দে ভাৰত এক্সপ্ৰেছ, গতিমান এক্সপ্ৰেছ, ৰাজধানী এক্সপ্ৰেছ, শতাব্দী এক্সপ্ৰেছ, হামচফৰ […]