কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ খুমটাইত তিনিজন যুৱকৰ প্ৰচেষ্টাত আজি নুমলীগড় শোধনাগাৰৰ এখন খাৰুৱা তেল পৰিবাহী ট্ৰেইন ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে। ৰে’ল বিভাগৰ এক সূত্ৰই সদৰী কৰা অনুসৰি নুমলীগড় ৰিফাইনেৰিৰ পৰা আই অ’ চিটি লৈ ৫০ টা পেট্ৰল, ডিজেল, নেফটা তেল ভৰ্তি ডবাৰ সৈতে আহি থকা ৰে’লখন স্থানীয় যুৱক কেইজনৰ তৎপৰতাত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা […]