নিউজ ডেস্ক: কেন্দ্ৰীয় ক্ৰীড়া মন্ত্রী অনুৰাগ ঠাকুৰৰ বাসগৃহত উপস্থিত প্ৰতিবাদী মল্লযুঁজাৰু। মল্লযুঁজ ফেডাৰেচনৰ অধ্যক্ষ ব্রিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি অহা দেশৰ তাৰকা মল্লযুঁজাৰুসকলক আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱাৰ পিছত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্রী অনুৰাগ ঠাকুৰৰ বাসগৃহত উপস্থিত হয় প্ৰতিবাদী মল্লযুঁজাৰুসকল। মল্লযুঁজাৰু বজৰং পুনিয়া, সাক্ষী মালিকে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বাসগৃহত আলোচনাত মিলিত হয়৷ বৈঠকত ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ […]