Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

India’s Best Dancer 2ৰ মঞ্চত জিলিকিল অসমৰ ৰক্তিম ঠাকুৰীয়া

নিউজ ডেস্কঃ মনত ইচ্ছা শক্তি থাকিলে পৃথিৱীৰ কোনো শক্তিয়ে বাধা দিব নোৱাৰে। কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈ ইন্টাৰনেটৰ মাধ্য়মেৰে প্ৰশিক্ষণ লৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিলে গুৱাহাটীৰ ৰক্তিম ঠাকুৰীয়াই। ছনী টিভিৰ জনপ্ৰিয় ৰিয়েলিটী ডান্স শ্ব’ ”India’s Best Dancer 2” মঞ্চত জিলিকিল অসমৰ ৰক্তিম ঠাকুৰীয়া। দেওবাৰে ঘোষণা হ’ল India’s Best Dancer 2ৰ শীৰ্ষ […]