গোলাঘাটঃ অসমৰ বিজ্ঞানক্ষেত্ৰলৈ এটা ভাল লগা খবৰ৷ গোলাঘাটৰ জোনাকী নগৰৰ আৰু যোৰহাটৰ NEIST অৰ্থাৎ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সংস্থাৰ জ্যেষ্ঠ বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়াই লাভ কৰিছে শান্তিস্বৰূপ ভাটনাগৰ বঁটা৷ এই বঁটাৰ অৰ্থমূল্য হৈছে ৫ লাখ টকা৷ তদুপৰি বঁটা প্ৰাপকগৰাকীয়ে তেওঁৰ ৬৫ বছৰ বয়সলৈকে মাহে ১৫ হাজাৰ টকাকৈ লাভ কৰিব৷ দেশৰ বিজ্ঞান গৱেষণাগাৰৰ পিতৃপুৰুষ […]