দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তত বুধবাৰে নিশা আৰক্ষী আৰু বি এছ এফে দুটা পৃথক অভিযানত ৯ টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে মানকাচৰ থানাৰ আৰক্ষীয়ে নিশা প্ৰায় ১ বজাত সীমান্তবৰ্তী কুকুৰমাৰাত অভিযান চলায়। গৰু চোৰাং সৰবৰাহকাৰীয়ে কেবাটাও গৰু সীমান্তৰ ফালে নিয়া অৱস্থাত আৰক্ষী উপস্থিত হৈ ৪ টা গৰু জব্দ কৰিবলৈ […]