Posted inঅসম

কৰিমগঞ্জৰ পৰা তিনি গৰাকী বাংলাদেশী নাগৰিকক নিজ দেশলৈ প্ৰত্যাৰ্পন

শিলচৰ: অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি গ্ৰেপ্তাৰ হৈ কাৰাবাস খতা তিনি গৰাকী বাংলাদেশী নাগৰিকক মঙলবাৰে নিজ দেশলৈ ঘূৰাই পঠোৱা হয়। প্ৰত্যাৰ্পন কৰা বাংলাদেশী নাগৰিক কেইজনক ৰেশ্মা বেগম (৪০), ছিহাব উদ্দিন (৩৫) আৰু ৰিহান আহমেদ তালুকদাৰ (২১) বুলি চিনাক্ত কৰা হৈছে। এক সূত্ৰৰ পৰা জানিব পৰা মতে কামৰ সন্ধানত উক্ত লোক কেইজনে কোনো এজেণ্টৰ সহায়ত ভাৰতত প্ৰৱেশ […]