Posted inঅসম

ভাৰত-ভূটান সীমান্তত ট্ৰান্সপৰ্ট স্থাপনক লৈ সংঘাত

তামুলপুৰঃ তামুলপুৰৰ ভাৰত-ভূটান সীমান্তত ট্ৰান্সপৰ্ট স্থাপনক লৈ সৃষ্টি হৈছে সংঘাত। দীর্ঘ দিনে সীমান্তৰ দৰঙামেলাস্থিত হিড়িম্বা ট্ৰান্সপৰ্টে চৰকাৰক উচিত কৰ নিদিয়াকৈ চলি থকাৰ অভিযোগ উত্থাপন কৰিছে নতুনকৈ স্থাপন হোৱা ইন্দো ভূটান ট্ৰান্সপৰ্টৰ স্বত্বাধিকাৰী তথা একাংশ লোকে। ২০২১ চনত স্থাপিত ইন্দো- -ভূটান নামৰ ট্ৰান্সপৰ্টটো চৰকাৰী নীতি নিৰ্দেশনা অনুযায়ী অনুজ্ঞা পত্ৰ লাভ কৰে। তাৰ পিছতে একে তাৰিখত দ্বিতীয়টো […]