Posted inঅসম

উদ্যোগপতি সকলক উত্তৰ-পূবত বিনিয়োগ কৰিবলৈ আহ্বান অমিত শ্বাহৰ

নিউজ ডেস্ক : উদ্যোগপতি সকলক উত্তৰ-পূবত বিনিয়োগ কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। বৃহস্পতিবাৰে Indian Chamber of Commerce -ৰ বাৰ্ষিক অধিৱেশন সম্বোধন কৰি শ্বাহে এই আহ্বান জনায়। অনলাইন যোগে বাৰ্ষিক অধিৱেশনখন সম্বোধন কৰি স্বাহে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰচেষ্টাত যোৱা ৭ বছৰত উত্তৰ-পূবত শান্তি স্থাপন হোৱাৰ লগতে উগ্ৰপন্থী সমস্যাৰ অন্ত পৰি অঞ্চলটোলৈ […]