Posted inNews

ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা

নিশা শিৱসাগৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় শিল্পীগৰাকী। বৰ্তমান শিল্পীগৰাকী চিকিৎসাধীন হৈ আছে। জয়সাগৰৰ পৰা শিৱসাগৰ অভিমুখে আহি থকাৰ সময়তে দিখৌ দলঙৰ সমীপত শিল্পীগৰাকীৰ বাহনখন দুৰ্ঘটনাত পতিত হয়। বাহনখনে এজোপা গছত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজৰ সহযোগত বাহনখনৰ পৰা আহত […]