Posted inঅসম

চৰকাৰৰ দালাল গ্ৰেপ্তাৰৰ নাটকখন আৰু কিমান দিনলৈ

নিউজ ডেস্ক: ভেঁকো-ভাওনাত পৰিণত হৈছে ৰাজ্য চৰকাৰৰ দালাল-বিৰোধী অভিযান৷মাত্ৰ দুটা দিনত ছয় শতাধিক দালালক গ্ৰেপ্তাৰ কৰি চমক সৃষ্টি কৰা অসম আৰক্ষীয়ে মাত্ৰ এটা দিনৰ পাছতে ওলোটা ছবিখনহে দেখিবলৈ পোৱা গৈছে৷ গ্ৰেপ্তাৰ কৰা দালালে হোৰাহোৰে লাভ কৰিছে জামিন৷আৰক্ষীৰ তদন্তৰ সুৰুঙাৰ বাবে এইবাৰ জিলাই জিলাই দালালসকলে জামিন লাভ কৰিবলৈ সক্ষম হৈছে৷জিলাই জিলাই মাটিৰ দালালে আদালতত জামিন আৱেদন […]