Posted inদেশ-বিদেশ

চৰকাৰী চিকিৎসালয় সমূহে ৰেহাই মূল্যত প্ৰদান কৰিব ২ডিঅক্সি ডি গ্লুকোজ

নিউজ ডেস্কঃ কোভিড ১৯ৰ কবলৰ পৰা মুক্তি হ’বলৈ বৈজ্ঞানিক সকলে অহৰহ ঔষধ আৰু ভেকচিন প্ৰস্তুতৰ কাৰণে পৰীক্ষা-নিৰীক্ষা চলাই আছে। হাইদৰাবাদৰ ড০ ৰেড্ডীৰ লেবৰেটৰিজে ডিআৰএলৰ সহযোগত ডিআৰডিঅ’ৰ এক আগশাৰীৰ পৰীক্ষাগাৰ ইনষ্টিটিউট অফ নিউক্লিয়াৰ মেডিচিন এণ্ড এলাইড চাইন্সেছ (আইএনএমএএছ)ৰ দ্বাৰা উত্‍পাদন কৰিছে ২ডিঅক্সি ডি গ্লুকোজ। এই ঔষধটো কোভিড-১৯ ৰোগীৰ বাবে এক এণ্টি-ভাইৰেল ঔষধ। সংবাদ মাধ্যমত প্ৰকাশ পোৱা […]