Posted inদেশ-বিদেশ

INS Vikrant: প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আৰু এখোজ আগবাঢ়িল ভাৰত

নিউজ ডেস্কঃ সংস্কৃতত ‘বিক্ৰান্ত’ শব্দৰ অৰ্থ হৈছে সাহসী। ভগৱত গীতাতো এই শব্দ উল্লেখ কৰা আছে। গীতাৰ প্ৰথম অধ্যায়ৰ ষষ্ঠ শ্লোকত এই শব্দ উল্লেখ আছে। সংস্কৃতত ‘vi’ শব্দটোৰ অৰ্থ হৈছে আন যিকোনো বস্তুতকৈ পৃথক আৰু ‘ক্ৰান্ত’ শব্দটোৰ অৰ্থ হৈছে এটা দিশে অগ্ৰসৰ হোৱা। সেইবাবে এই জাহাজখনৰ নাম ৰখা হৈছে Vikrant। শুকুৰবাৰে কেৰেলাৰ কোচিত স্বদেশীভাৱে বিকশিত যুদ্ধজাহাজ […]