Posted inঅসম

Assamese Unlimited – মহিলা আৰু কিশোৰীসকলৰ মাজত আত্মবিশ্বাসৰ বীজ ৰূপন কৰাৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা

অসমৰ পিছপৰা অঞ্চল বা শ্ৰেণীৰ কিশোৰী, মহিলাসকলক নিজৰ প্ৰতিভা আৱিষ্কাৰ কৰা আৰু আগবাঢ়ি অহাৰ সুযোগ প্ৰদান কৰাৰ উদ্দেশ্যে ধেমাজী জিলাৰ খেম কুমাৰী চেত্ৰীয়ে আৰম্ভ কৰিছে এক ব্যতিক্ৰমী প্ৰচেষ্টা। অসমৰ এখন ভিতৰোৱা ঠাইৰ পৰা ওলাই অহা উচ্চ শিক্ষিতা খেম কুমাৰী চেত্ৰীয়ে এক মহৎ উদ্দেশ্য আগত ৰাখি আৰম্ভ কৰিছে Assamese Unlimited নামৰ এক বিশেষ প্লেটফৰ্ম। ১৯৮০-ৰ দশকত […]