Posted inদেশ-বিদেশ

ফেচবুক আৰু ইনষ্টাগ্ৰামে মুকলি কৰিছে নতুন ফিচাৰ

নিউজ ডেস্কঃ ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুক আৰু ইনষ্টাগ্ৰামে কনটেন্ট ক্ৰিয়েটৰসকলৰ বাবে মুকলি কৰিছে নতুন ফিচাৰ। ফেচবুকে এটা ষ্টেটমেন্টত উল্লেখ কৰিছে যে ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলে কোম্পানীবোৰৰ সৈতে পাৰ্টনাৰশ্বীপ কৰি উপাৰ্জন কৰিব পাৰে। ফেচবুকে কৈছিল, ‘আমি ক্ৰিয়েটৰসকলক সহায় কৰাৰ বাবে এটা নতুন পদক্ষেপ ঘোষণা কৰি আছো। এইটোৱে তেওঁলোকক আমাৰ প্লেটফৰ্মত তেওঁলোকৰ নিজৰ ব্যক্তিগত ব্ৰেণ্ড প্ৰতিষ্ঠা কৰিবলৈ সক্ষম কৰিব।’ […]