Posted inদেশ-বিদেশ

Facebook, WhatsApp, Instagram স্তব্ধ হৈ পৰাত ৭ বিলিয়ন ডলাৰ ক্ষতি হ’ল মাৰ্ক জুকাৰবাৰ্গৰ

নিউজ ডেস্কঃ সোমবাৰে সন্ধিয়া ৯ বজাৰ পৰা পুৱতিনিশা ৩ বজালৈকে স্তব্ধ হৈ পৰিল ফেচবুক, ৱাটচএপ, ইনষ্ট্ৰাগ্ৰাম। কোম্পানীটোৱে এই সমস্যাৰ বাবে ব্যৱহাৰকাৰীসকলৰ ওচৰত ক্ষমা বিচাৰিছে।  প্ৰায় ৬ঘন্টা স্তব্ধ হৈ থকাৰ পাছত লাখ লাখ টকাৰ ক্ষতি হোৱাৰ কথা জানিবলৈ দিছে ব্যৱহাৰীকাৰীসকলে। মাৰ্ক জুকাৰবাৰ্গৰ ৭ বিলিয়ন ডলাৰ ক্ষতি হৈছে। সেইদৰে সমগ্ৰ বিশ্বত ১৬০ মিলিয়ন ডলাৰ ব্যৱসায়িক ক্ষতি হৈছে। […]