আজি অসমৰ পাঁচটা সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ সৈতে আলোচনাত বহিব মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা। নতুন দিল্লীত অনুষ্ঠিত হ’ব এই বিশেষ বৈঠক, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো এই বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা আছে ।