Posted inASSAMESE NEWS

চাবুৱাত তিনিদিনীয়া কাৰ্যসূচীৰে আন্তঃক্লাব ক্ৰিকেট প্ৰতিযোগিতা

চাবুৱাৰ বিশমাইলস্থিত বেতমেলা খেলপথাৰত ১৮, ১৯ আৰু ২০ ডিচেম্বৰ, ২০২০ তাৰিখে অনুষ্ঠিত হ’ব ক্ৰিকেট প্ৰতিযোগিতাখনি