Posted inক্ৰীড়া

সদৌ অসম আন্তঃ জিলা ফুটবলত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খিতাপ দখল

সোণাৰি: ডিব্ৰুগড় বিশ্ববিদ্যালয় ফুলবল একাদশে ৬৯ সংখ্যক সদৌ অসম ছিনিয়ৰ আন্তঃ জিলা ক্ষীৰোদ বৰুৱা সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। সোণাৰি ৰাজহুৱা খেলপথাৰত আজি অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত ডিব্ৰুগড় বিশ্ববিদ্যালয় দলে ওদালগুৰি জিলা ক্ৰীড়া সন্থা একাদশক টাইব্ৰেকৰৰ সহায়ত সামগ্ৰিক ভাৱে ৬-৫ গলৰ ব্যৱধানত পৰাজিত কৰে। অসম ফুটবল সন্থাৰ উদ্যোগত আৰু চৰাইদেউ […]