Posted inক্ৰীড়া

এইবাৰ অলিম্পিকত বিজয়ীসকলে নিজেই পিন্ধিব লাগিব মেডেল

টকিঅ’ অলিম্পিক আৰম্ভ হ’বলৈ মাজত মাথোঁ ৬টা দিন বাকী৷ ক’ৰোনাৰ ভয়াৱহতাৰ বাবেই এইবাৰ দর্শক বিহীন ভাবেই প্ৰস্তুতি চূড়ান্ত কৰিছে আয়োজক জাপানে ৷ প্ৰতিটো মুহূৰ্ত সুক্ষ্ম ভাবে অধ্যয়ন কৰি আগবাঢ়িছে দেশখন ৷ ইতিমধ্যে চহৰখনত ক’ভিডৰ বাবে জৰুৰী অবস্থাৰ ঘোষণা কৰিছে ৷ যোৱা এটা সপ্তাহত টকিঅ’ চহৰতে হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে ক’ভিডত ৷ অহা ২৩ জুলাইৰ […]