ৰাজৰ্ষি চহৰীয়া SCO অৰ্থাৎ ছাংহাই সহযোগিতা সংস্থা। ১৫ আৰু ১৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া SCOৰ সন্মিলনত অংশগ্ৰহণৰ বাবে ইতিমধ্যে উজবেকিস্তানৰ ছামাৰকন্দত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। গুৰুত্বপূৰ্ণ কথাটো হ’ল এই ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত ভাৰতৰ লগতে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাদিমীৰ পুতিন আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বহবাজ শ্বৰীফেও অংশ ল’ব। এছিয়াৰ শক্তিশালী দেশ কেইখনৰ এই […]