ডিফুঃ সমগ্ৰ বিশ্বৰ সমান্তৰালকৈ পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙতো আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয় ৷ পশ্চিম কাৰ্বি আংলং জিলাৰ শিশু প্ৰকল্পৰ উদ্যোগত ডংকামোকাম ফাংকিৰি গাঁৱত উদযাপন কৰা অনুষ্ঠানটিত দুগৰাকীকৈ মহিলা কাছে টেৰংপি আৰু চিদি টেৰংপিক সেৱামূলক কৰ্মৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ লগতে পঢ়কঃশোণিতপুৰৰ চাৰিদুৱাৰত বালিপাৰা শাখা বড়ো সাহিত্য সভাৰ ৫০তম অধিৱেশন সমগ্ৰ […]