Posted inক্ৰীড়া

টকিঅ’ অলিম্পিক চাবলৈ সাজু হোৱাসকলৰ বাবে দুখৰ খবৰ

নিউজ ডেস্ক: টকিঅ’ অলিম্পিক চাবলৈ যাম বুলি ভাবি থকা বিদেশী ক্ৰীড়া প্ৰেমী সকলৰ আশাত চেঁচা পানী পৰিল । টকিঅ’ অলিম্পিকত বিদেশী দৰ্শকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে আয়োজক সমিতিয়ে। অহা ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈকে প্ৰতিযোগিতাখনৰ আয়োজন সম্পূৰ্ণ কৰিছে আয়োজক সমিতিয়ে । আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থা, জাপান চৰকাৰ, আন্তঃৰাষ্ট্ৰীয় পেৰালম্পিক সমিতি আৰু স্থানীয় আয়োজকৰ […]