নিউজ ডেস্কঃ ভাৰতীয় তেল নিগমৰ নুনমাটি,বেতকুছি,বঙাইগাওঁ,মিছামাৰী,লামডিং টাৰ্মিনেলত প্ৰতিবাদ। ভাৰা বৃদ্ধিৰ দাবীলৈ গুৰুত্ব নিদিয়াৰ বাবে ৬টা টাৰ্মিনেলত এই প্ৰতিবাদ। এই প্ৰতিবাদৰ ফলত ইন্ধনৰ যোগান ব্যাহত হোৱাৰ আশংকা। উত্তৰ-পূবৰ আন সকলো টেংকাৰ মালিকসকলক সহযোগ কৰাৰ আহ্বান। লগতে পঢ়কঃঘোষণা কৰা হ’ল ২০২১ চনৰ ৰাজ্যিক প্ৰাথমিক টেট পৰীক্ষাৰ ফলাফল ইপিনে উত্তৰ-পূব পেট্ৰ’লিয়াম পৰিবহণ সংস্থাৰ তিনিদিনীয়াকৈ ধৰ্মঘট ঘোষণা কৰে। ৭২ […]