Posted inঅসম

উত্তৰ-পূব পেট্ৰ’লিয়াম পৰিবহণ সংস্থাৰ তিনিদিনীয়া ধৰ্মঘট ঘোষণা

নিউজ ডেস্কঃ ভাৰতীয় তেল নিগমৰ নুনমাটি,বেতকুছি,বঙাইগাওঁ,মিছামাৰী,লামডিং টাৰ্মিনেলত প্ৰতিবাদ। ভাৰা বৃদ্ধিৰ দাবীলৈ গুৰুত্ব নিদিয়াৰ বাবে ৬টা টাৰ্মিনেলত এই প্ৰতিবাদ। এই প্ৰতিবাদৰ ফলত ইন্ধনৰ যোগান ব্যাহত হোৱাৰ আশংকা। উত্তৰ-পূবৰ আন সকলো টেংকাৰ মালিকসকলক সহযোগ কৰাৰ আহ্বান। লগতে পঢ়কঃঘোষণা কৰা হ’ল ২০২১ চনৰ ৰাজ্যিক প্ৰাথমিক টেট পৰীক্ষাৰ ফলাফল ইপিনে উত্তৰ-পূব পেট্ৰ’লিয়াম পৰিবহণ সংস্থাৰ তিনিদিনীয়াকৈ ধৰ্মঘট ঘোষণা কৰে।  ৭২ […]