Posted inঅসম

বিখ্যাত IOWA বিশ্ববিদ্যালয়ত গৱেষণাৰ বাবে যাত্ৰা তিনিচুকীয়াৰ লক্ষীমা চুতীয়াৰ

নিউজ ডেস্ক : আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিখ্যাত IOWA বিশ্ববিদ্যালয়ত গৱেষণাৰ সুযোগ লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ ড০ লক্ষীমা চুতীয়াই। পদাৰ্থ বিজ্ঞানৰ গৱেষিকা লক্ষীমা চুতুীয়াই বিশিষ্ট অধ্যাপক জুন ৱাঙৰ তত্ত্বাৱধানত University of IOWA-ৰ Iowa Technology Institute-ত ‘বায়ুৰ মান আৰু জলবায়ু পৰিৱৰ্তন’ সম্পৰ্কত প’ষ্ট ডক্টৰেল ৰিছাৰ্চ ফেল’ হিচাপে কাম কৰিব। ড০ চুতীয়াক গৱেষণাৰ সমান্তৰালকৈ […]