নিউজ ডেস্কঃ ম’বাইল Accessories নিৰ্মাণ কৰা কোম্পানী Anker এ নতুনকৈ মুকলি কৰিলে Anker 621 Magnetic Battery। এই পাৱাৰবেংকটোৰ চাৰ্জ ক্ষমতা 5,000mAh। এই পাৱাৰবেংকটো প্ৰধানকৈ আই ফোনৰ বাবে ডিজাইন কৰা হৈছে। ইয়াক MagSafe Device হিচাপেও ব্যৱহাৰ কৰিব পৰা যাব অৰ্থাৎ, ই চাৰ্জ কৰাৰ সময়ত আইফোনটো আৰামেৰে ধৰি ৰাখিব পাৰিব । ৭.৫ ৱাট পৰ্যন্ত এই পাৱাৰ বেংকটোৱে Output […]