Posted inক্ৰীড়া

দৰ্শক বিহীন খেলপথাৰত আজিৰে পৰা দেশৰ অন্যতম গ্লেমাৰাছ ক্ৰিকেট টুৰ্ণামেন্ট আই পি এল ১৪

নিউজ ডেস্ক: ইণ্ডিয়ান প্ৰিমিাৰ লীগৰ ১৪ সংস্কৰণ আজিৰে পৰা আৰম্ভ হ’ব। টুৰ্ণামেণ্টখনৰ উদ্বোধনী খেলত মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ  আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। উদ্ধোধনী মেচখন চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি ৭.৩০ বজাত আৰম্ভ হ’ব। ৰোহিত শৰ্মা  নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছে এতিয়ালৈ ৫বাৰ আইপিএৰ খিতাপ দখল কৰিছে। আনহাতে বিৰাট কোহলী নেতৃত্বাধীন আৰচিবিয়ে প্ৰথমটো […]