আই পি এলৰ নিলামৰ প্ৰথম দিনটোত বিস্ফোৰক বেটছমেন তথা উইকেটকীপাৰ ঈশান কিষাণক ১৫.২৫ কোটি টকাত ক্ৰয় কৰিলে মুম্বাই ইণ্ডিয়ানছে। এই পৰ্যন্ত এইটোৱেই সৰ্বাধিক মূল্য।পূৰ্বৰ ছিজনতো মুম্বাই ইণ্ডিয়ানছৰ সদস্য আছিল ঈশান কিষাণ। দ্বিতীয় স্থানত থাকে অলৰাউণ্ডাৰ দীপক চহৰ। চেন্নাই দলে তেওক ক্ৰয় কৰে ১৪ কোটি টকাত। আনহাতে শ্ৰেয়াছ আয়াৰক ১২.২৫ কোটি টকাত ক্ৰয় কৰে কলকাতা নাইট […]