Posted inক্ৰীড়া

এইবাৰৰ আই পি এলত আন গৰাকী অসমীয়া সন্তান কোন

আগন্তুক আই পি এলৰ বাবে নিলামত ৩ কোটি ৮০ লাখ টকা মূল্যত ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছে ক্ৰয় কৰি একমাত্ৰ অসমীয়া হিচাবে স্থান লাভ কৰিছিল। এতিয়া আৰু এজন অসম সন্তান দলটোৰ সৈতে জড়িত হৈছে আন এজন অসমীয়া । তেওঁ হ’ল ভাস্কৰ বৰা । এই ছিজনৰ আই পি এলত ৰাজস্থান ৰয়েলছ দলৰ ‘স্ট্ৰেঙথ্ এণ্ড কণ্ডিছনিং প্ৰশিক্ষক’ হিচাপে […]