Posted inঅসম

নগাঁৱত ৰাজস্থানৰ যুৱকে চলাই আছে আই পি এলৰ জুৱা; ৯ লক্ষাধিক টকাৰ সৈতে ২ জনক গ্ৰেপ্তাৰ

ইণ্ডিয়ান প্রিমিয়াৰ লীগ (আই পি এল)ৰ নামত অসমত কোটি টকাৰ জুৱাৰ বজাৰ চলি থকা বুলি বিভিন্ন সময়ত বাতৰি প্ৰকাশ পাই থকাৰ মাজতে নগাঁও আৰক্ষীয়ে দুজন লোকক জুৱাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ধৃত লোক দুজনৰ পৰা ৯,৩২,৬০০ টকা উদ্ধাৰ কৰে বুলি নগাঁও আৰক্ষী থানাৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে। আৰক্ষী বিষয়া গৰাকীয়ে জনোৱা মতে […]