Posted inক্ৰীড়া

কোৰোনাৰ ভয়াবহতাৰ বাবেই আই পি এল বাতিল হ’ল

অবশেষত কোৰোনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবছৰৰ আই পি এল বাতিল কৰিলে । ছানৰাইজাৰ হাইদৰাবাদ দলৰ খেলুৱৈৰ গাত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ ফলতেই এই সিদ্ধান্ত । সোমবাৰে দিল্লীৰ অৰুন জেটলী ষ্টেডিয়ামত চানৰাইজাৰ হায়দৰাবাদ আৰু মুম্বাই ইন্ডিয়ানছৰ মেছ বাতিল কৰিব লগা হৈছিল । দৰ্শক বিহীন খেলপথাৰত এইবাৰৰ আই পি এলৰ মেছসমূহ অনুষ্ঠিত হৈছিল । চানৰাইজাৰ হায়দৰাবাদৰ […]