Posted inঅসম

অসম এৰিব চৰ্চিত IPS বিষয়া আনন্দ মিশ্ৰই; বিহাৰত কৰিব যোগদান

গুৱাহাটী: ‘ব্যক্তিগত’ কাৰণত অসম এৰি বিহাৰলৈ নিজৰ কৰ্মস্থলী সলনি কৰিব আই পি এছ বিষয়া তথা বৰ্তমান অসম আৰক্ষীৰ ক্ৰীড়া বিভাগৰ সহকাৰী আৰক্ষী মহা পৰিদৰ্শক (AIGP) আনন্দ মিশ্ৰই। জানিব পৰা মতে অসম-মেঘালয় IPS কেডাৰ আনন্দ মিশ্ৰই বিহাৰ কেডাৰত যোগদানৰ উদ্দেশ্যে ইন্টাৰ কেডাৰ ডেপুটেশ্যন বিচাৰি জনোৱা আৱেদনৰ পাছতেই অসম চৰকাৰে মিশ্ৰক অনুমতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে যোৱা […]