Posted inদেশ-বিদেশ

গৌতম গম্ভীৰক হত্যাৰ ভাবুকি সন্ত্ৰাসবাদী সংগঠন ISIS -ৰ

নিউজ ডেস্ক : পূব দিল্লীৰ বিজেপি সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰক প্ৰাণে মৰাৰ ভাবুকি দিছে ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছ (ISIS)-এ। হত্যাৰ ভাবুকি পোৱাৰ পিছতে সাংসদ গৰাকীয়ে দিল্লী আৰক্ষীক এখন এজাহাৰ দাখিল কৰিছে। প্ৰাপ্ত তথ্য মতে গম্ভীৰক ISIS Kashmir -এ তেওঁৰ অফিচিয়েল ই-মেইলত হত্যাৰ ভাবুকি প্ৰদান কৰা হয়। সাংসদ গৰাকীৰ পৰা এজাহাৰ পোৱাৰ পিছতে দিল্লী […]