নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে নৱম হিৰো ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ত পৰাজয়ৰে নিজৰ অভিযান আৰম্ভ কৰিছে। আজি বাংগালুৰুৰ শ্ৰী কাণ্ট্ৰিাবা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচত বাংগালুৰু এফ চিয়ে ১-০ গ’লত পৰাস্ত কৰে নৰ্থ ইষ্ট ইউনাইটেডক।