Posted inদেশ-বিদেশ

ইজৰাইল-পেলেষ্টাইন সংঘৰ্ষ; ১০০ জনতকৈ অধিক লোকে হেৰুৱালে প্ৰাণ, স্থল আক্ৰমণৰ ভাবুকি ইজৰাইলৰ

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত যোৱা চাৰি দিন ধৰি চলি আছে ভয়ংকৰ আক্ৰমণ-প্ৰত্যক্ৰমণ। এই সংঘৰ্ষত বৰ্তমানলৈকে ১০০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে। দীৰ্ঘদিনৰ মূৰত পুনৰ দুয়ো দেশৰ শত্ৰুতা তুংগত উঠিছে। ৰকেট আৰু মিছাইলেৰে চলোৱা আক্ৰমণত ১০৯ গৰাকী লোকে প্ৰাণ হেৰোৱাইছে, ইয়াৰে ২৯ গৰাকী শিশু আৰু ৭ গৰাকী ইজৰাইলী নাগৰিক। ইয়াৰ মাজতে শুকুৰবাৰে ইজৰাইলে স্থল আক্ৰমণৰ ভাবুকি […]