বেঞ্জামিন নেতান্যহুৱে বৃহস্পতিবাৰে ষষ্ঠবাৰৰ বাবে ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁ ইজৰাইলৰ সংসদ নেছেটৰ সদস্য নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত তেওঁ শপত গ্ৰহণ কৰিছে। ইজৰাইলত যোৱা ১ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেই নিৰ্বাচনত সোঁপন্থী লিকুড দলে ১২০ খন আসনৰ ভিতৰত ৩২ খন আসন লাভ কৰিছিল। য়াইৰ লাপিদৰ দল য়েশ আতিদে ২৪ খন আসন লাভ […]