Posted inদেশ-বিদেশ

ইজৰাইল আৰু পেলেষ্টাইনত যুদ্ধৰ সময়তে কেনে আছে অসম সন্তান হেমন্ত ডেকা

গোৰেশ্বৰ: বাক্সা জিলাৰ উপৰখুটিৰ অচ্যুত ডেকা আৰু অলকা ডেকাৰ সন্তান গৱেষক ছাত্ৰ হেমন্ত ডেকা আছে ইজৰাইলৰ হাইফা চহৰত।বিগত দুবছৰ ধৰি গৱেষণাত ব্যস্ত আছে ছাত্ৰ গৰাকী। পেলেষ্টাইন আৰু হামাচ সন্ত্ৰাসবাদীয়ে ধাৰাবাহিকভাৱে আক্ৰমণ কৰিছে ইজৰাইলক।নিতৌ শ শ ৰকেট আৰু মৰ্টাৰেৰে ইজৰাইলক আক্ৰমণ কৰিলেও বিশেষ ক্ষতি কৰিব পৰা নাই ইজৰাইলক।ইজৰাইলৰ আইৰণ ডমে বিনষ্ট কৰিছে মৰ্টাৰবোৰ।যুদ্ধ বিৰত ঘোষণা কৰিলেও […]