Posted inতথ্য-প্ৰযুক্তি

গ্ল’বেল মাৰ্কেটৰ বাবে পুনৰ ব্যৱহাৰযোগ্য ৰকেট ডিজাইন, নিৰ্মাণ কৰিব ভাৰতে: ISRO

নিউজ ডেস্ক: ভাৰতে বিশ্ব বজাৰৰ বাবে পুনৰ ব্যৱহাৰযোগ্য নতুন ৰকেটৰ ডিজাইন আৰু নিৰ্মাণৰ পৰিকল্পনা কৰিছে, উক্ত ৰকেটে উপগ্ৰহ উৎক্ষেপণৰ ব্যয় বহু পৰিমাণে হ্ৰাস কৰিব। সোমবাৰে এই কথা জানিবলৈ দি মহাকাশ বিভাগৰ সচিব তথা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ অধ্যক্ষ এছ সোমনাথে কয়, “আমি সকলোৱে আজিৰ তুলনাত উৎক্ষেপণ ব্যয় যথেষ্ট কম হোৱাটো বিচাৰো।” সপ্তম ‘বেংগালুৰু স্পেচ এক্সপ’ […]