Posted inতথ্য-প্ৰযুক্তি

ISRO ৰ ৱানৱেব ইণ্ডিয়া-২ মিছন সফলতাৰে উৎক্ষেপণ

নিউজ ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) আজি ৩৬ টা উপগ্ৰহৰ সৈতে ভাৰতৰ সৰ্ববৃহৎ উৎক্ষেপণ বাহন মাৰ্ক-৩ (এলভিএম৩) ৰকেট/ৱানৱেব ইণ্ডিয়া-২ মিছন সফলতাৰে উৎক্ষেপণ কৰে। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ দ্বিতীয়টো উৎক্ষেপণ পেডৰ পৰা আজি ভাৰতীয় সময় মতে পুৱা ৯ বজাত অভিযানৰ শুভাৰম্ভ কৰা হয়। ৪৩.৫ মিটাৰ ওখ ৰকেটটোৰ ওজন ৫,৮০৫ কিলোগ্ৰাম। অভিযানটোত ৩৬ টা […]