নিউজ ডেস্ক: বিগত এসপ্তাহ ধৰি চলি থকা নেৰানেপেৰা বৰষুণ আৰু ভূমিস্খলনৰ ফলত সোমবাৰৰ পৰা ইটানগৰ ৰাজধানী অঞ্চলত পানী যোগান বন্ধ হৈ পৰিছে। উল্লেখযোগ্য যে ৰাজ্যখনৰ ৰাজধানী ইটানগৰ, নাহৰলগুন, নিৰ্জুলি আৰু বান্দেৰদেৱা ইটানগৰ ৰাজধানী অঞ্চল (ICR) ভিতৰত পৰে। জনস্বাস্থ্য কাৰিকৰী অভিযান্ত্ৰিক আৰু পানী অনাময় (ইটানগৰ সংমণ্ডল)-ৰ কাৰ্যবাহী অভিযন্তা তাদাৰ মাংকুৱে জনোৱা মতে পোমা পানী পৰিশোধন প্লাণ্ট সংযোগী ৪৫০ […]