নিউজ ডেস্কঃ এগৰাকী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আইটিবিপি জোৱান। জোৱান গৰাকীয়ে কিশোৰীগৰাকীক শিবিৰলৈ নি একাধিকবাৰ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ছিকিমৰ ৰংপোত সংঘটিত হৈছে এই ঘটনা। ভুক্তভোগী কিশোৰী গৰাকীৰ মাতৃয়ে আইটিবিপি জোৱানজনৰ বিৰুদ্ধে আৰক্ষীথানাত গোচৰ ৰুজু কৰিছে। কিশোৰী গৰাকীৰ মাতৃয়ে কয় যে তেওঁৰ কন্যাক জোৱানজনে একাধিকবাৰ যৌন নিৰ্যাতন কৰিছিল। আইটিবিপি জোৱানজনৰ সৈতে এই […]