Posted inঅসম

গুৱাহাটীত এপ’ল’ ফাৰ্টিলিটিৰ অত্যাধুনিক আইভিএফ কেন্দ্ৰ স্থাপন

গুৱাহাটীঃ প্ৰতিজন ব্যক্তিৰ বাবে আন্তৰ্জাতিক মানদণ্ডৰ উৰ্বৰতা চিকিৎসা সহজলভ্য কৰিবলৈ, এপ’ল’ হেল্থ এণ্ড লাইফষ্টাইল আৰু এপ’ল’ হস্পিটেলছ গোটৰ এটা অংশ, এপ’ল’ ফাৰ্টিলিটিয়ে গুৱাহাটীত ইয়াৰ প্ৰথম আৰু আটাইতকৈ ডাঙৰ একক, অত্যাধুনিক ফাৰ্টিলিটি কেন্দ্ৰ আৰম্ভ কৰিছে, যি প্ৰাকৃতিকভাৱে গৰ্ভধাৰণ কৰিবলৈ অক্ষম দম্পতীসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ৮৫00 বৰ্গফুট এলেকাত স্থাপন কৰা এই ফাৰ্টিলিটি কেন্দ্ৰ […]