Posted inঅসম

ৰোগীৰ মৃত্যুক লৈ নগাৱৰ জি ডি নাৰ্ছিংহ’মত উত্তপ্ত পৰিস্থিতি

জাজৰিৰ মমতা দাস নামৰ এগৰাকী মহিলাৰ ভুল চিকিৎসা আৰু নাৰ্ছিংহ’ম কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতিৰ বাবেই মৃত্যু হোৱাৰ অভিযোগ