Posted inদেশ-বিদেশ

১৬হাজাৰ টকাত বিক্ৰী হ’ল এটা কঠাল

নিউজ ডেস্কঃ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এখন কঠালৰ ফটো। কঠালটোৰ মূল্য লিখা আছে ১৬পাউণ্ড অৰ্থাত ভাৰতীয় মুদ্ৰাত দাম হৈছে ১৬০০০টকা। এই ১৬০০০হেজাৰ টকাৰ মূল্যৰ কঠালটোক লৈ এতিয়া চৰ্চা চলিছে সামাজিক মাধ্যমত। লণ্ডনৰ আটাইতকৈ বৃহৎ আৰু পুৰণি বৰো মাৰ্কেটত ১৬০০০হাজাৰ টকাত বিক্ৰী হ’ল এটা কঠাল। সামাজিক মাধ্যমত এই ফটোখন ১মিলিয়ন বাৰ শ্বেয়াৰ হৈছে। সাধাৰণতে এটা […]