নিউজ ডেস্ক : বলীউডৰ দুই চেলিব্ৰিটী এতিয়া চৰ্চাত। দুয়ো চৰ্চালৈ আহিছে নিজৰ অভিনয় অথবা নৃত্য-গীতৰ বাবে নহয়। চৰ্চালৈ আহিছে দুয়োকে ইডিয়ে চমন জাৰি কৰাক লৈ। এই দুই গৰাকী চেলিব্ৰিটী হৈছে জেকলিন ফাৰ্ণাণ্ডেজ আৰু ন’ৰা ফাতেহী। জেকলিন ফাৰ্ণাণ্ডেজ আৰু ন’ৰা ফাতেহী নিজৰ অভিনয়, নৃত্য আৰু সৌন্দৰ্য়ৰ বাবে সদায় চৰ্চাত থাকে। কিন্তু এই দুই বলীউড চেলিব্ৰিটী আন […]