Posted inঅসম

কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশ্ব পৰিবেশ দিৱসৰ সপ্তাহযোৰা কাৰ্যসূচীৰ অন্তিম দিনা উপস্থিত থাকে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং

টীয়কঃ অধ্যয়ন চক্ৰ, টীয়ক আৰু ইংলিছ ষ্টাডি এণ্ড লিটাৰেৰী ফৰাম কাকজান কলেজৰ যৌথ উদ্যোগত তথা কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশ্ব পৰিবেশ দিৱসৰ সপ্তাহযোৰা কাৰ্যসূচীৰ অন্তিমটো কাৰ্যসূচী অনুষ্ঠিত হৈছে। কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ভৈৰবানন্দ বৰাই আঁতধৰা তথা কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত দত্তৰ সভাপতিত্বত অনুস্থিত এই সভাত […]