গুৱাহাটী: গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত লোকমন্থনৰ দ্বিতীয় দিনা আজি উপ ৰাষ্ট্ৰপতি জগদীপ ধনখাড়ে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন গ্ৰন্থ ‘In Pursuit of a Dream’ উন্মোচন কৰে। আজিৰ বিশেষ অনুষ্ঠানত উপস্থিত থাকি গ্ৰন্থখন উন্মোচন কৰাৰ বাবে উপ ৰাষ্ট্ৰপতি গৰাকীক টুইটাৰ যোগে মুখ্য মন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি ধনকাড়ে কয় যে এনে কাৰ্যসূচীসমূহ […]