Posted inঅসম

কোভিড পৰিস্থিতিৰ বাবে ৰাজ্যজুৰি অনুষ্টুপীয়াকৈ গণৰাজ্য দিৱসৰ কাৰ্যসূচী উদযাপন

গুৱাহাটীঃ কোভিডৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৭৩সংখ্যক গণৰাজ্য দিৱসটি এইবাৰ অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছে। মহানগৰীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱসৰ আয়োজন কৰা হৈছে। খানাপাৰাত পতাকা উত্তোলন কৰিলে ৰাজ্যপাল জগদীশ মুখীয়ে।পতাকা উত্তোলন কৰাৰ পিছতে ৰাজ্যবাসীক সম্বোধন ৰাজ্যপালৰ। ৰাজ্যপালৰ লগতে খানাপাৰাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে পুৱাই সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মা আৰু পুত্ৰ নন্দিলৰ […]