Posted inNews

ভয়ংকৰ পথ দুর্ঘটনাত নিহত তিৱা ছাত্ৰ নেতা

জাগীৰোড : জাগীৰোডত ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুর্ঘটনাত নিহত হয় এজন তিৱা ছাত্ৰ নেতা। ঘটনাক কেন্দ্ৰ কৰি জাগীৰোডত শোকৰ ছাঁ। সোমবাৰে নিশাৰ ভাগত মৰিগাঁও জিলাৰ জাগীৰোডত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। এই পথ দুর্ঘটনাত তিৱা ছাত্ৰ সন্থাৰ জাগীৰোড আঞ্চলিকৰ সভাপতি নিহত হয়। নিহত ছাত্ৰ নেতাজনৰ নাম চানকিং মাডাৰ। লগতে পঢ়ক –  ছয়গাঁৱত […]