Posted inঅসম

দৰিদ্ৰতা আৰু নিৰক্ষৰতাৰ বাবেই মানৱদেহৰ অংগ বিক্ৰীৰ ভয়ংকৰ তথ্য

অৰ্থনৈতিক আৰু সামাজিক অৱস্থাৰ এক ভয়ানক ছবিৰ প্ৰতিফলন ঘটিছে এইখন অসমৰ মৰিগাঁও জিলাৰ দক্ষিণ ধৰমতুল গাৱত ৷ দৰিদ্রতা অভিশাপস্বৰূপ হৈ পৰা গাঁও খনৰ একাংশ লোকৰ বাবে কিডনী বিক্রিয়েই যেন চৰম উপায় হৈ পৰিছে ৷মৰিগাঁও জিলাৰ বৃহত্তৰ ধৰমতুল অঞ্চলৰ এই খবৰে ইতিমধ্যে ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰিছে৷ এক দীঘলীয়া তালিকা জনতা দাসৰ পৰা আৰম্ভ কৰি বুল দাস, […]