নিউজ ডেস্কঃ জাগীৰোডত ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰা খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে জলসম্পদ বিভাগে লোৱা কাৰ্যপন্থাক বুধবাৰে মন্ত্ৰী পীযুষ হাজৰিকাই পৰিদৰ্শন কৰে। জাগীৰোড সমষ্টিৰ অন্তৰ্গত মায়াঙৰ ১নং মূৰকটা আৰু কাছশিলা অঞ্চলত বান্ধ নিৰ্মাণৰ কৰি থকা জলসম্পদ বিভাগৰ কামৰ অগ্ৰগতি বুজ লৈ মন্ত্ৰী হাজৰিকাই ঠিকাদাৰক দিয়ে কঠোৰ নিৰ্দেশ। অহা তিনি মাহৰ ভিতৰত বান্ধ নিৰ্মাণৰ কাম সঠিক ভাৱে […]
Tag: Jagiroad
Posted inঅসম