Posted inNews

ভাৰত-ভূটান সীমান্তত পুনঃ নিৰ্মিত জালিমুখ বান্ধৰ কামৰ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

নিউজ ডেস্ক: বিগত সময়ত ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ জালিমুখ বান্ধত বাঢ়নী পানীয়ে খহনীয়াৰ সৃষ্টি কৰি ওদালগুৰি আৰু দৰং জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছিল। এই বান্ধটোৰ বৰ্তমান পুনৰ নিমাৰ্ণ কৰি থকাৰ কামৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই। অঞ্চলবাসীক নিৰাপত্তা দিয়াৰ হেতু জলসম্পদ বিভাগে ১৬.৯৫ কোটি টকা ব্যয় সাপেক্ষে বান্ধৰ পুনৰ নিমাৰ্ণ কৰি থকা হৈছে। কামৰ […]