সোমবাৰে নিশা গুৱাহাটী মহানগৰীত নিচাযুক্ত সামগ্ৰীসহ এজন সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জানিব দিয়া মতে, এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত যোৱা নিশা জালুকবাৰী আৰক্ষীৰ এটা দলে শৰাইঘাট দলঙৰ ওচৰত তালাচী চলাই নিচাযুক্ত টেবলেট আৰু কফ চিৰাপ জব্দ কৰে। উল্লেখ্য যে, আৰক্ষীৰ দলটোৱে এখন বাহনত তালাচী চলাই এটা বেগৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ […]
Tag: jalukbari
Posted inঅসম